অসম

নগাঁও নেহেৰুবালিত প্ৰাক্তন আলফাৰ প্ৰতিবাদী সভা আৰু সমদল

প্ৰথম খবৰ, হোজাই: আলফাৰ কাকপথাৰ ডেজিনেটেট কেম্পৰ দায়িত্ববাহী প্ৰাক্তন আলফা নেতা জীতেন দত্তক উদাত্ত ভাষণ। নগাঁও উপায়ুক্ত কাৰ্যালয়ৰ প্ৰৱেশ দুৱাৰত প্ৰতিবাদী সমদলৰ ধৰ্ণা। মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ।

সমদলৰ পিছতে নগাঁও উপায়ুক্ত কাৰ্যালয়ত ডি.চি আৰু এচ পি লগত আলোচনাত মিলিত হয় আলোচনা পন্থী আলফা আৰু বিভিন্ন দলসংগঠৰ নেতা সকল। আধাঘণ্টা সময় বান্ধি দিলে নগাঁও প্ৰশাসনক। মুন কুমাৰ বৰা আৰু সতীৰ্থক বিনাচুক্তিয়ে মুক্তি কৰি নিদিলে উপায়ুক্ত কাৰ্যালয়ৰ পৰা নোযোৱাৰ হুংকাৰ প্ৰদান আলোচনা পন্থী আলফাৰ।

Related Articles

Leave a Reply

Close