অসম

নগাঁৱত যুৱ ছাত্ৰ পৰিষদৰ জোঁৰ সমদল

প্ৰথম খবৰ, ননৈ: আজি সন্ধিয়া অনা অসমীয়াই অসমীয়াৰ ওপৰত চলোৱা আক্ৰমণৰ প্ৰতিবাদত নগাঁও জিলা যুৱ ছাত্ৰ পৰিষদে বিশাল জোঁৰ সমদল উলিয়াই য’ত বিভিন্ন দল সংগঠনৰ লগতে হাজাৰ হাজাৰ নগঞা ওলাই আহে।

Related Articles

Leave a Reply

Close