অসম

পবিতৰাৰ ৪৭ বনকৰ্মীলৈ জীৱন বীমা

প্ৰথম খবৰ, মায়ং: প্ৰভাকৰ বৰুৱা স্মৃতি ন্যাসৰ উদ্যোগত আজি পবিতৰা অভয়াৰণ্যৰ ৪৭ জন বনকৰ্মীক এবছৰৰ বাবে জীৱন বীমা আঁচনিৰ পলিচি প্ৰদান কৰা হয়। লগতে অভয়াৰণ্য কৰ্তৃপক্ষক এখন ৪০ হাজাৰ টকা  চেক যোগে গাড়ী মটৰত তেল ভৰোৱাৰ নিমিত্তে প্ৰদান কৰে। প্ৰয়াত প্ৰভাকৰ বৰুৱা আছিল  অসমৰ প্ৰথম গৰাকী মুখ্য বন সংৰক্ষক।

Related Articles

Leave a Reply

Close