অসম

পৰ্বতীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰথম আলোচনী জ্ঞান দৰ্পন উন্মোচন

প্ৰথম খবৰ, তেজপুৰ: এখন বিদ্যালয়ৰ এখন আলোচনী হৈছে অলংকাৰ তথা মাডলী স্বৰূপ।১৯৭৪ চনৰ পৰা এই অলংকাৰ বা মাডলী অভাৱ বাৰুকৈ অনুভৱ কৰি আহিছিল। অশেষ চেষ্টা কৰি বিদ্যালয়খনৰ একাংশ প্ৰাক্তন ছাত্ৰ কষ্ট কৰি বিদ্যালয়লৈ পুৰস্কাৰ আগবঢ়ালে এডাল মাডলী।জ্ঞান দৰ্পন নামৰ মাডলী উন্মোচন কৰে বাসুদেৱ শৰ্মাই। অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকলৰ উপস্থিত থাকি সভাখন সফল কৰি তুলিলে।

Related Articles

Leave a Reply

Close