অসম

ফিল’বাৰীত বিশিষ্ট শিক্ষকৰ মৃত্যু, সমগ্ৰ ফিল’বাৰীত শোকৰ ছাঁ

প্ৰথম খবৰ, ফিল’বাৰী: ফিল’বাৰীৰ বিশিষ্ট সমাজ সংগঠক, বিদ্যালয় প্ৰতিস্থাপক কুলধৰ ৰংদুৱৰীয়াৰ দেহৱসান৷ ৭২বছৰ বয়সত, নিজা বাসগৃহত বাৰ্ধক্য জনিত কাৰণত তেওঁৰ মৃত্যু হয় আজি৷ তেওঁ নামহোলোং গাঁৱৰ প্ৰতিস্থাপক, ফিল’বাৰী অৰুণোদয় হাই স্কুলৰ প্ৰতিস্থাপক, বুঢ়ীদিহিং সমবায় সমিতিৰ প্ৰাক্তন তথা অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ গুৰিধৰোতা আছিল। তেওঁৰ মৃত্যুত সমগ্র ফিল’বাৰী- বুঢ়ীদিহিং অঞ্চলত শোঁকৰ ছাঁ পৰিছে।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close