অসম

বকোত গৰাকীবিহীন বাইক উদ্ধাৰ

প্ৰথম খবৰ, নিউজ ব্যুৰ’: বকো লামপাৰ শালনী বাৰীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত গৰাকীবিহীন ROYAL ENFILED বাইক উদ্ধাৰ। গাড়ীখনৰ নাম্বাৰ AS 01 B F 2886। পথৰ ওপৰত দিৰ্ঘ সময় ধৰি পৰি থকাত আৰক্ষীক খবৰ দিয়ে। চুৰি কৰি আনি তেল শেষ হোৱাত এৰি গুছি যোৱাৰ সন্দেহ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close