অসম

বকোত চোৰাং ১২ চকাৰ ট্ৰাক জব্দ

প্ৰথম খবৰ, নিউজ ব্যুৰ’: বকোত চোৰাং ১২ চকাৰ ট্ৰাক জব্দ। দুজন আটক। ট্ৰাক খনৰ নং AS 01 GC 8503 । বকো আৰক্ষী আৰু ছয়গাঁও আৰক্ষীয়ে খেদি খেদি ধৰিলে ট্ৰাক সহ চোৰ। চাংসাৰীৰ পৰা চুৰি আনিছিল ট্ৰাকখন। চোৰ দুজন ৰঙিয়াৰ হাছেন আলী আৰু গুৱাহাটী বৰা গাঁৱৰ আজাদ হুচেইন লস্কৰ।

Related Articles

Leave a Reply

Close