অসম

বগৰিবাৰীত চোৰ আটক

ব্যুৰ’ ৰিপ’ৰ্ট, প্ৰথম খবৰ:  বগৰিবাৰীৰ শংকৰ সাহা নামৰ লোকজনৰ ঘৰত ৰাতি ডেৰ বজাত এজন চোৰে চুৰি কৰিবলৈ সোমাই হাতে লোটে ধৰা পৰে। চোৰটোক ধৰি পৰিয়ালৰ লোকে আৰক্ষীৰ হাতত গটাই দিয়ে। ধৃত চোৰটোক ফকিৰগঞ্জ থানাৰ অন্তৰ্গত আৰকাটি গাঁৱৰ মেহেৰ আলীৰ পুত্ৰ ইয়াছিন(২৪) বুলি জানিব পৰা গৈছে।

Related Articles

Leave a Reply

Close