অসমলাফিকুল

বগৰীবাৰী- মহামায়াত লাফিকুল ইছলাম হত্যাকাৰীক কৰায়ত্ব কৰাৰ প্ৰতিবাদত ৩১ নং ৰাষ্ট্ৰীয় পথ অৱৰোধ

প্ৰথম খবৰ, পানবাৰী: এবিএমছুৰ প্ৰয়াত সভাপতি লাফিকুল ইছলামৰ হত্যাৰ তদন্ত চিবিআইক হস্তান্তৰ কৰাৰ দাবীৰে আজি পৰ্ব্বতঝোৰা আঞ্চলিক এবিএমছুৰ লগতে অন্যান্য জাতি সংগঠনৰ কৰ্ম-কৰ্তাসকলে মহামায়া এবিএমছুৰ কাৰ্যালয়ৰ সন্মুখত ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰে। দিনৰ ১১ বজাত আৰম্ভ কৰা এই অৱৰোধ দিনৰ ২টা বজালৈকে চলিব। হাতে হাতে প্লে’কাৰ্ড লৈ বিভিন্ন শ্ল’গানেৰে উত্তাল কৰি তোলে। হত্যাকাৰীক শীঘ্ৰে কৰায়ত্ব কৰাৰ দাবী জনায় অৱৰোধকাৰীসকলে।

Related Articles

Leave a Reply

Close