অসম

বটদ্ৰবা সমষ্টিত কৃতী ছাত্ৰ-ছাত্ৰীক এককালীন বৃত্তি প্ৰদান

প্ৰথম খবৰ, জাজৰি: ৮৪ নং বিধান সভা সমষ্টিৰ বিধায়িকা আংগুৰলতা ডেকা ডাঙৰীয়ানীৰ উদ্যোগত ” সুহৃদ ” আঁচনিৰ ২০১৬- ২০১৭ অধীনত সমষ্টিৰ  কৃতী ছাত্ৰ-ছাত্ৰী সকলক কলিয়াবৰ জিলা বিজেপিৰ সম্পাদক আকাশ দ্বীপ ডেকাই বৰচিলা পঞ্চায়ত পেক্ষাগৃহত “এককালীন বৃত্তি”
বিতৰণ কৰে। উক্ত অনুস্থানত  দলংঘাট মণ্ডল যুৱ মৰ্চাৰ সভাপতি ৰিপুঞ্জয় শইকীয়া, যজ্ঞেশ্বৰ বৰা, ত্ৰিদীপ হাজৰিকাকে ধৰি ভালে সংখ্যক বিজেপিৰ কৰ্মী উপস্থিত থাকে। এই অনুষ্ঠানত প্ৰায় সংখ্যক কৃতী ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক সকলো উপস্থিত থাকে।

Related Articles

Leave a Reply

Close