শীৰ্ষসাহিত্য

বন্ধু,এক আত্মাৰ দুই শৰীৰ

ৰাজলক্ষ্মী আগৰৱাল,গুৱাহাটী      

 বন্ধু শব্দটো উচ্চাৰণ কৰাৰ লগে লগে কিমান যে উচ্চাস ,কিমানবোৰ স্মৃতিয়ে জুৰুলা কৰি পেলায়|বন্ধু খেলৰ লগৰী, ৰং আৰু গতি, এখন স্হবিৰ নোহোৱা গতিশীল ছবি|পঢ়াৰ লগ,খেলাৰ লগ, বিপদৰ লগ, ভৰসাৰ হাত, বিশ্বাসৰ হাত,কথা পতাৰ লগ সেইয়াই বন্ধু|এজন প্ৰকৃত বন্ধু বিপদৰ দিনত আমাৰ পথ প্ৰদশক|বন্ধু বুলিলে কৃষ্ণ সুদামাৰ বন্ধুত্ব হ’ল প্ৰকৃত বন্ধুত্ব|
এজন নাৰায়ণ আৰু আনজন দুখীয়া বামুণ| কৃষ্ণৰ অতিথি সেৱাত প্ৰকৃত বন্ধুৰ পৰিচয় পোৱা যায়| কিন্তু আজিৰ পৃথিৱীত এয়া মাথো কোনোকালে চুব নোৱাৰা দুৰৰ সপোন|

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close