অসমশীৰ্ষ

বাক্সাত বেঁকী নৈৰ খহনীয়াৰ তাণ্ডৱ অব্যাহত

প্ৰথম খবৰ,শালবাৰী: বেঁকীৰ খহনীয়াই সৰ্বস্বান্ত কৰিলে বাক্সাৰ গঞাক । বেঁকীৰ খহনীয়াত জাহ গ’ল ১২৯৫ নং চুনবাৰী প্ৰাথমিক বিদ্যালয় । সহস্ৰাধিক পৰিয়াল, হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমি জাহ গ’ল বেঁকীৰ বিধংসী খহনীয়াত । খবৰ লবলৈ সময় নাই বিধায়ক ৰঞ্জিত কুমাৰ দাসৰ । আন্দোলনৰ হুংকাৰ এবিএমছুৰ ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close