অসম

বিজেপিৰ বিধায়কক প্ৰটোকলৰ শিক্ষা দিলে অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ সভাপতিয়ে

প্ৰথম খবৰ, তেজপুৰ: বৰ্তমান অসমত একাংশ বিধায়কে একাংশ বিষয়াক তৈল মন্দন কৰিবলৈ গৈ প্ৰটোকল ভংগ কৰে। এই অভিযোগ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ। আজি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ঢেকিয়াজুলিৰ বিধায়ক অশোক সিংঘালক তেজপুৰৰ আবত্ত ভৱনত লগ পাই প্ৰটোকল সম্পৰ্কত শিক্ষা দিলে।

ঢেকিয়াজুলিত বহু কেইটা উদ্বোধনী অনুষ্ঠানত বিধায়ক উপস্থিত থকা অনুষ্ঠানত অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিৱক ভানুক তৈল্য মণ্ডণ কৰি আধাৰশিলা কৰোৱা কথা উল্লেখ কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই বিধায়ক অশোক সিংঘালক বহুৱাই লৈ দিলে প্ৰটোকলৰ শিক্ষা।

Related Articles

Leave a Reply

Close