অসম

বিহাৰত অসম অভিমুখী ৰে’ল দুৰ্ঘটনাগ্ৰস্ত

প্ৰথম খবৰ,খুমটাইৰ সহযোগত নিউজ ডেস্ক: আজি পুৱা কন্যাকুমাৰীৰ পৰা গুৱাহাটী অভিমুখে আহি থকা “বিবেক এক্সপ্ৰেছ” নামৰ যাত্ৰীবাহী ট্ৰেইনখন পুৱা প্ৰায় ৭:৪০ বজাত বিহাৰত দুৰ্ঘটনাত পতিত হয়। এই দুৰ্ঘটনা কথমপি ৰক্ষা পৰে ট্ৰেইনখনত আহি থকা বহুজন অসমীয়া। উল্লেখ্য যে, পুৱা ৮ বজাত গুৱাহাটী আহি পোৱাৰ কথা । বহুজন অসমৰ লোক আহত হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close