অসম

বোকাজান আৰক্ষীৰ জালত দুই UPLF ৰ সদস্য

প্ৰথম খবৰ, বোকাজান: বোকাজান আৰক্ষী আৰু সেনাৰ যুটীয়া অভিযানত বালিপথাৰৰ পৰা আটক কৰে দুই সদস্যক। ধৃত দুই সদস্য ক্ৰমে চনাকা ল’গাম আৰু চনক’থাং গাইট । ধৃত দুই সদস্যৰ পৰা দুটা .22 পিষ্টল জব্দ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close