অসম

বৰভাগত অঙ্গনবাড়ী কেন্দ্ৰত মুকলিভাৱে বনাইছে খিচিৰি

প্ৰথম খবৰ, বৰভাগ: কামৰূপ গ্ৰাম্য জিলাৰ কমলপুৰ-ৰঙিয়া শিশু উন্নয়ন প্ৰকল্পৰ অধীনত বাৰাংহাটীত অৱস্থিত অঙ্গনবাড়ী কেন্দ্ৰত আহাৰ(খিচাৰি)বনাই মুকলিভাৱে। সমাজ কল্যাণ বিভাগৰ কৃপাত চলি আছে এনেদৰে অঙ্গনবাড়ী কেন্দ্ৰসমূহ। ৰাইজৰ বিভিন্ন অভিযোগ উত্থাপিত হৈ আহিছে এই কেন্দ্ৰসমূহৰ ওপৰত ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close