অসম

মহানগৰীৰ প্ৰশাসনৰ অভিযান : আটক ৩ ব্যৱসায়ী

বিশেষ প্ৰতিবেক,প্ৰথম খবৰ: মূল্য বৃদ্ধিৰ বিৰুদ্ধে কামৰূপ মহানগৰ প্ৰশাসন আৰু যোগান বিভাগৰ অভিযান । শনিবাৰে সন্ধিয়া বেলতলা বজাৰৰ আলু পিয়াঁজৰ দোকান আৰু গুদামত চলিল এই অভিযান । অভিযানত আটক তিনিগৰাকী ব্যৱসায়ী । অত্যধিক মূল্য আৰু নথিপত্ৰ বিহীন ভাবে ব্যৱসায় চলায় আহিছিল ব্যৱসায়ী কেইজনে । বশিষ্ঠ চাৰিআলিৰ গণেশ ভাণ্ডাৰৰ স্বত্বাধিকাৰী গণেশ কানোক আটক কৰিলে অভিযানকাৰী দলে । ইফালে, এটা গুদামো ছীল কৰিছে জিলা প্ৰশাসনে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close