অসমশীৰ্ষ

মহানগৰীৰ বশিষ্ঠত যুৱকৰ মৃতদেহ উদ্ধাৰ

ষ্টাফ ৰিপৰ্টাৰ,প্ৰথম খবৰ: মহানগৰীৰ বশিষ্ঠত চাঞ্চল্যকৰ ঘটনা । পুৱাতেই লতাকাটাৰ এপিআৰওৰ খেলপথাৰত উদ্ধাৰ হল এজন যুৱকৰ মৃতদেহ । শৰীৰত আঘাতৰ চিন স্পষ্ট থকা যুৱকৰ মৃতদেহটো এই পৰ্যন্ত চিনাক্ত হোৱা নাই । স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে স্থানীয় বশিষ্ঠ আৰক্ষীক । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ চলাইছে তদন্ত, অচিনাক্ত মৃতদেহটো চমজি লৈ বশিষ্ঠ আৰক্ষীয়ে । ইফালে, আৰক্ষী স্থানীয় লোকে যুৱক জনক কোনো দুৰ্বৃত্তই হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে । অঞ্চলটোত ঘটনাটোক লৈ পুৱাতেই তীব্ৰ চাঞ্চল্য ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close