অসম

মায়ঙত ৰাজ্যপাল বানোৱাৰিলাল পুৰোহিত

প্ৰথম খবৰ, নিউজ ব্যুৰ: ৰাজ্যপাল বানোৱাৰিলাল পুৰোহিতে আজি মায়ং ৰাজহ চক্ৰৰ অন্তৰ্গত মনসা মোদনৱৰী আশ্ৰয় শিবিৰত মেচিন চালিত নৌকাৰে গৈ বানাক্ৰান্তৰ পৰিস্থিতিৰ বুজ লয়। প্ৰায় আধা ঘণ্টা সময় কটায় আশ্ৰয় শিবিৰটোত। ইপিনে বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই পবিতৰা অভয়াৰণ্যত বুজ লৈ কাজিৰঙালৈ যায়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close