অসম

মুকালমুৱাত সাংবাদিকক আক্ৰমণ

প্ৰথম খবৰ, টিহু: মুকালমুৱাৰ দুই সাংবাদিকক দুৰ্বৃত্তৰ আক্ৰমণ। সাংবাদিক নবাৱ ইকৰাম আৰু
সাংবাদিক জয়ন্ত ডেকাক আক্ৰমণ। বালি মাফিয়াৰ দ্বাৰা এনে দুষ্কাৰ্য হোৱাৰ অভিযোগ।
দুৰ্বৃত্তৰ এনে কাৰ্যক তীব্র গৰিহণা দিছে নলবাৰী জিলা বাৰ্তাজীৱী সংঘ, সদৌ নলবাৰী জিলা ছাত্ৰ সন্থা, টিহু মহকুমা সাংবাদিক সন্থাই। আৰু উচিত ব্যৱস্থা গ্ৰহণৰ বাবে আৰক্ষীক দাবী জনাইছে।

Related Articles

Leave a Reply

Close