অসম

মুকালমুৱাৰ চান্দাত পথ দুৰ্ঘটনা

প্ৰথম খবৰ, মুকালমুৱা: নিয়ন্ত্ৰয় হেৰুৱাই পথৰ দাঁতিত বাগৰিল যাত্ৰীবাহী বাছ৷ কথামপি প্ৰাণৰক্ষা অৰ্ধশতাধিক যাত্ৰীৰ। তিনিজন যাত্ৰী গুৰুতৰভাৱে আহত৷ আহত যাত্ৰী কেইজনক মুকালমুৱা চিকিৎসালয়ত ভৰ্তি ৷ গুৱাহাটীৰ পৰা বৰপেটা অভিমুখে গৈ আছিল।

Related Articles

Leave a Reply

Close