অসম

মৰাণত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যু

প্ৰথম খবৰ, মৰাণ: মৰাণত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যু। যুৱকজন খোৱাং তিনঠেঙীয়া চৰাইহাবি গাঁৱৰ জয়ন্ত হাজৰিকা(৩০)। বিদ্যুতৰ তাঁৰ ছিগি শোকাৱহ ঘটনাটো সংঘটিত হয়।

 

Related Articles

Leave a Reply

Close