অসম

লামডিঙত যোগান বিভাগৰ অভিযান

প্ৰথম খবৰ,লামডিং: বৃহস্পতি বাৰে লামডিঙৰ বিভিন্ন ভাতৰ হোটেল ৰেষ্ট্ৰোৰেণ্টত যোগান বিভাগে অভিযান চলাই বহু ঘৰুৱা ৰন্ধন গেছ চিলিণ্ডাৰ জব্দ কৰে। লামডিঙৰ বিভিন্ন হোটেলত ঘৰুৱা ৰন্ধন গেছ চিলিণ্ডাৰ দীৰ্ঘ দিন ধৰি ব্যৱহাৰ কৰা হৈছে। আনহাতে লামডিঙত গেছ চিলেণ্ডাৰৰ ব্লেকত কলা বেহা হৈছে বুলি বহুতে অভিযোগ কৰিছে।

Related Articles

Leave a Reply

Close