অসম

শিৱসাগৰ কালুগাঁৱত উত্তপ্ত পৰিস্থিতি

প্ৰথম খবৰ, গৌৰীসাগৰ: সেনাগাড়ীয়ে মহতীয়ালে মটৰ চাইকেল অাৰোহী। শিৱসাগৰ কালুগাঁও ভৰলুৱা গাঁৱৰ প্ৰশান্ত ভৰালী নামৰ যুৱকজনক সেনাৰ এখন বাহনে মহতিয়াই লৈ যায়। যুৱকজনক সংকটজনক অৱস্থাত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰা হৈছে। ঘটনা সন্দৰ্ভত বৰ্তমান কালুগাঁৱত উত্তপ্ত পৰিৱেশ।

Related Articles

Leave a Reply

Close