অসমশীৰ্ষ

সোণাৰিত মাৰণাস্ত্ৰসহ NSCN(R) কেডাৰ ধৃত


প্ৰথম খবৰ,সোণাৰি: সোণাৰিত মাৰণাস্ত্ৰসহ NSCN(R) কেডাৰ ধৃত সহ। ধৃত NSCN(R)ৰ কেডাৰজন নাগালেণ্ড ডিমাপুৰ জিলাৰ নিউলেল্ডৰ Kajeto Zakha বুলি চিনাক্ত কৰা হৈছে। ধৃত কেডাৰ জনে ভজো ৰেল ষ্টেচনত বিভিন্ন ব্যক্তিক মাৰণাস্ত্ৰ প্ৰদৰ্শন কৰি ভাবুকি প্ৰদান কৰি থাকোতে ভজো ৰেলৱে আৰক্ষীয়ে ভজো গাওঁ ৰক্ষী বাহিনীৰ সহযোগত পইণ্ট 32 মাৰণাস্ত্ৰআৰু পাচ সজীৱ গুলী আটক কৰি সোণাৰিৰ আৰক্ষীক চমজাই দিয়ে। ধৃত কেডাৰ জন চেকেণ্ড লেফটেনেন্ট বুলি সদৰি কৰিছে আৰক্ষীয়ে।

Related Articles

Leave a Reply

Close