অসমশীৰ্ষ

স্বচ্চ ভাৰত অভিযান আঁচনি এতিয়া ধোঁৱা চাঙত

প্ৰথম খবৰ, লাহৰীঘাট: যি সময়ত কেন্দ্ৰ চৰকাৰৰ লগতে অসম চৰকাৰে স্বচ্চ ভাৰত অভিযান আঁচনিৰ নামত কোটি কোটি টকা খৰচ কৰি আছে, তেনে ক্ষেত্রত মৰিগাঁও জিলাখনৰ এখন অগ্ৰনী বজাৰ লাহৰীঘাট বজাৰ হাঁহ-কুকুৰা মহলৰ এই দৃশ্য সচাঁকৈয়ে মন কৰিবলগীয়া। ক্ৰেতা-বিক্ৰেতা উভয়ে বজাৰ কমিটিয়ে নিৰ্ধাৰণ কৰা কৰ-কাটল দিয়াৰ পিছতো ক্ৰেতা-বিক্ৰেতাই কিয় এখন বিশুদ্ধ বজাৰ নাপাই সেই কথাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ক্ৰেতা বিক্ৰেতাৰ লগতে সচেতন ৰাইজৰ মাজত।

Related Articles

Leave a Reply

Close