অসম

সৰভোগত ২ নং ৱাৰ্ডত নিলজ্জ ঘটনা

প্ৰথম খবৰ, সৰভোগঃ আজি নিশা প্ৰায় ১০ মান বজাত সৰভোগ নগৰৰ ২ নং ৱাৰ্ডত এক হৃদয় বিদাৰক ঘটনা সংঘটিত হৈ যায়। সম্পত্তিৰ লালসাত নিজ পুত্ৰই গুৰুলাগুৰুৰ কৈ পিটিলে পিতৃক৷
পিছত স্থানীয় ৰাইজৰ তৎপৰতাত অসহায় বৃদ্ধজনক চিকিৎসালয়ত ভৰ্তি কৰাৰ লগতে এই জঘন্য কাণ্ড সংঘটিত কৰা পুত্ৰ সমীৰ সাহাক আৰক্ষীৰ হাতত গটাই দিয়ে৷ স্থানীয় ৰাইজে লম্পট চৰিত্ৰৰ পুত্ৰজনক উচিত শিক্ষা দিয়াৰ বাবে দাবী জনাইছে পৰিয়ালে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close