অসম

হালোৱাটিঙৰ পথ দুৰ্ঘটনাত যুৱক নিহত

প্ৰথম খবৰ, আমগুৰি: হালোৱাটিং লাহদৈগড় মিচিং গাঁও তিনি আলিত যোৱা নিশা সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত এজন যুৱক নিহত হয়। আৰক্ষীৰ পৰা জানিব পৰা মতে নিহত যুৱক জন হালোৱাটিং চাহ বাগিচাৰ কৃষ্ণ ভূমিজ(১৭)।

Related Articles

Leave a Reply

Close