অসম

হোজাইত এজন লোকৰ সলিল সমাধি

প্ৰথম খবৰ, হোজাই: হোজাই ডাঙৰীয়া বাড়ী মন্দিৰৰ পুখুৰীত পৰি এজনৰ সলিল সমাধি।ডাঙৰীয়া বাড়ী প্রাঙ্গনত থকা পুখুৰীত পদুম ফুল চিঙিবলৈ গৈ সলিল সমাধি। বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই ব্যক্তি জন। জানিব পৰা হোৱা নাই পৰিচয়।পুখুৰী পাৰত উদ্ধাৰ লোকজনৰ চাইকেল ,চেণ্ডেল আৰু কাপোৰ। ঘটনাস্থলীত উপস্থিত আৰক্ষী।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close