বিনোদন

ৰাখী বন্ধন

 ৰাজলক্ষ্মী আগৰৱাল,গুৱাহাটী

ৰাখী বন্ধন এটা পবিত্র দিন| ভাতৃ আৰু ভগ্নীৰ মাজত স্নেহবন্ধন| বায়েক আৰু ভনীয়েকে ককায়েক বা ভায়েকৰ হাতত ৰাখ‌ী বান্ধি মঙ্গল কামনা কৰে| এই ৰাখীত লুকাই থাকে মৰম, ভালপোৱা আৰু ভায়েক আৰু ককায়েকৰ প্ৰতি থকা মঙ্গলকামনা| শাওন মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয়| ৰাখীবন্ধন হিন্দুসকলৰ উপৰিও শিখ আৰু জৈন সকলেও পালন কৰে| ৰাখীবন্ধন ভাতৃত্ববোধ আৰু ভগ্নীসুলভ প্ৰীতিৰ আদৰ্শ এই ৰীতিৰে ৰাজপুত ৰাণীসকলে শাসকসকলৈ সম্প্রিতী তথা সদ্ভাৱ ৰক্ষাৰ বাণীৰে ৰাখী পঠিওৱা হয়|

Related Articles

Leave a Reply

Close