অসমশীৰ্ষ

ৰাহুল গান্ধীৰ কনভয়ৰ ওপৰত আক্ৰমণৰ প্ৰতিবাদ বিজনীত

প্ৰথম খবৰ, বিজনী: গুজৰাটত ভাৰতীয় জাতীয় কংগ্ৰেছৰ উপসভাপতি ৰাহুল গান্ধীৰ কনভয়ত শিলগুটি নিক্ষেপ কৰাৰ বাবে আজি বিজনীত চিৰাং জিলা কংগ্ৰেছ কমিটি, বিজনী বড়োবাজাৰ ব্লক কংগ্ৰেছ কমিটি, বিজনী যুৱ কংগ্ৰেছ, চিৰাং জিলা NSUI, চিৰাং জিলা মহিলা কংগ্ৰেছ আৰু বিজনী মহিলা ব্লক কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰে। কংগ্ৰেছে এই আক্ৰমণক গৰিহনা দিয়ে আৰু এয়া বিজেপিৰ হিটলাৰগিৰি বুলি অভিযোগ কৰে। লগতে এই ঘটনাৰ লগত জড়িত সকলোকে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায়।

Related Articles

Leave a Reply

Close