অসম

ঢকুৱাখনাত বানৰ তাণ্ডৱ

ঢকুৱাখনা পৰা পাপু বৰুৱা, প্ৰথম খবৰ: ঢকুৱাখনাৰ বাটমাৰীত পুঠিখাতি দলঙৰ উপ পথেৰে একাঠু পৰ্যন্ত বৈছে জীয়াঢলৰ বাঢ়নী পানী।ঢকুৱাখনা-ঘিলামৰা মাজত যাতায়াত ব্যাহত।প্ৰশাসনে বন্ধ কৰিছে যান-বাহনৰ চলাচল। আনহাতে ঘিলামৰা-পশ্চিম ধেমাজিৰ মাজতো যাতায়াত ব্যাহত। পথৰ উপৰেৰে বাগৰিছে পানী। এনেকৈ যদি পানী পৰিমাণ বাহি থাকে তেনেহ’লে বহিঃ জগতৰে ঢকুৱাখনাৰ মাজত যোগাযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰা আশংকা ।

Related Articles

Leave a Reply

Close