অসম

পীতাম্বৰ দেৱ গোস্বামীলৈ কথা সাহিত্য সন্মান

প্ৰথম খবৰ, উত্তৰ গুৱাহাটী: জনজীৱন আৰু অসমীয়া সাহিত্যলৈ আগবঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীলৈ অসম সাহিত্য সভাই আগবঢ়াইছে কথা সাহিত্য সন্মান। ভট্টদেৱৰ স্মৃতিত অসম সাহিত্য সভাই আৰম্ভ কৰা এই সন্মান প্ৰথমবাৰৰ বাবে সত্ৰাধিকাৰগৰাকীক প্ৰদান দৰে অসম সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি বৰাই। উত্তৰ গুৱাহাটী কলেজত অনুষ্ঠিত এক সভাত এই সন্মান প্ৰদান কৰা হয়।

Related Articles

Leave a Reply

Close