প্ৰথম খবৰ, বিজনী: কালি কোকৰাঝাৰত এবিএমছুৰ সভাপতি লাফিকুল ইছলামক হত্যাৰ প্ৰতিবাদত আৰু হত্যাকাৰীক অতি শীঘ্ৰেই আটক কৰাৰ দাবীত বিজনী আমছুৱে আজি ৰাখালডুবীৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি পৰিৱেশ উত্তাল কৰি তোলে।