অসমলাফিকুল

বিজনীৰ ৰাখালডুবীত আমছুৰ পথ অৱৰোধ

প্ৰথম খবৰ, বিজনী:  কালি কোকৰাঝাৰত এবিএমছুৰ সভাপতি লাফিকুল ইছলামক হত্যাৰ প্ৰতিবাদত আৰু হত্যাকাৰীক অতি শীঘ্ৰেই আটক কৰাৰ দাবীত বিজনী আমছুৱে আজি ৰাখালডুবীৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি পৰিৱেশ উত্তাল কৰি তোলে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close