অসমলাফিকুল

বিশ্বনাথৰ বাঘমাৰীত ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ

প্ৰথম খবৰ, বিশ্বনাথ চাৰিআলি: এবিএমছুৰ সভাপতি লাফিকুল ইছলামক দিনৰ পোহৰতে অচিনাক্ত বন্দুকধাৰীয়ে গুলিয়াই হত্যা কৰাৰ প্ৰতিবাদত বিশ্বনাথৰ বাঘমাৰীত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ বিশ্বনাথ জিলা সমিতিয়ে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ ২ ঘণ্টাৰ বাবে অৱৰোধ কৰে। প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ হায় হায়, সৰ্বানন্দ সোণোৱাল মূর্দাবাদ, অসম পুলিচ হায় হায় আদি ধ্বনিৰে আকাশ বতাহ কঁপাই তোলাৰ লগতে অতি সোনকালে এই ঘটনাৰ তদন্ত চি বি আইক অৰ্পণ কৰাৰ দাবী জনায়।

Related Articles

Leave a Reply

Close