অসম

ধুবুৰীত পানীত পৰি শিশুৰ সলিল সমাধি

প্ৰথম খবৰ, ধুবুৰী: সমগ্ৰ অসমৰ বানপানীত হেলিকপটাৰেৰে ৰিলিফ দি থকা কাৰ্যত ব্যস্ত হৈ থকাৰ সময়তে ধুবুৰী জিলাৰ আশাৰিকান্দী, ঘেগেৰআলগা গাঁৱত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়।

গদাধৰ নদীৰ ওপৰেদি হেলিকপটাৰেৰে ৰিলিফ দি থকাৰ সময়ত ষাযেদা খাতুন নামৰ ৬ বছৰিয়া কণমানি এটিৰ ৰিলিফ খাদ্যৰ পাছত দৌৰি যাওঁতে নদীৰ শ্ৰোতত পৰি থিতাতে মৃত্যু সংঘটিত হয় ।

Related Articles

Leave a Reply

Close