অসম

ডিৰাকত “এমজিএনৰেগা” আচঁনি অধীনত মাইথং নদীৰ প্ৰতিৰোধ

প্ৰথম খবৰ, ডিৰাক: ডিৰাক গাওঁ পঞ্চায়তৰ ৫নং ৱাৰ্ডত “এমজিএনৰেগা” আচঁনিৰ অধীনত কপাহতলি মাইথং নদী ওপৰত বান প্ৰতিৰোধ কামৰ আজি শুভ উদ্বোধন কৰে পঞ্চায়তৰ সভানেত্ৰী গীতাঞ্জলী মৰাণে। দীৰ্ঘ দিন ধৰি ১নং সৰু মেছাই গাঁৱৰ ৰাইজে বানত জীয়াতু ভূগিব লগা হয়।

সেয়েহে পঞ্চায়তৰ এই আচঁনি পাই আনন্দিত হৈ পৰিছে স্হানীয় মহিলাসকল। হাতে হাতে কোৰ, দা লৈ কামত লাগিছে পুৰুষ-মহিলা। এই আচঁনি তদাৰক কৰিছে ৱাৰ্ড সদস্য বোলন চেতিয়াই। এই আচঁনি অনুমোদন জনোৱাৰ বাবে সকলো পক্ষ্যক ধন্যবাদ জনাই প্ৰতিবছৰে বানত ক্ষতি হোৱা গঞাই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close