অসম

শিশুৰ মৃতদেহ উদ্ধাৰ

প্ৰথম খবৰ, ধুবুৰী: আজি ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত চৰ ঘুনিমাৰীৰ কাষেৰে বৈ যোৱা চম্পা নৈৰ পানীত বেগত ভৰোৱা এটি নৱজাতক শিশুৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close