অসমলাফিকুলশীৰ্ষ

লাফিকুল হত্যাৰ বিচাৰ লাগে

প্ৰথম খবৰ, বাৰপূজীয়া: লাফিকুল ইছলাম হত্যাকাণ্ডৰ দোষীক কৰায়ত্ব কৰা তথা লাফিকুল হত্যাকাণ্ডৰ উচিত বিচাৰৰ দাবীত  বৃহস্পতিবাৰে দিনৰ ১০ বজাত জালুগুটি আঞ্চলিক আমছুৰ উদ্যোগত জালুগুটি বজাৰ পট্টিত অসমৰ মুখ্যমন্ত্ৰীৰ সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী গ্ৰহণ কৰা হয়।

Related Articles

Leave a Reply

Close