অসমশীৰ্ষ

মঙ্গলদৈৰ আউলাচৌকাত সাংবাদিকক আক্ৰমণ

প্ৰথম খবৰ, মংগলদৈ/দেওমৰনৈ: বাতৰি সংগ্ৰহ কৰিৱলৈ যোৱা তিনি সাংবাদিকক আক্ৰমণ। উজ্বলা আঁচনিৰ নামত ধন সংগ্ৰহৰ কেলেংকাৰীৰ বাতৰি সংগ্ৰহৰ বাবে গৈছিল সাংবাদিককেইজন।

গফুৰ আলিৰ নেতৃত্বত এই আক্ৰমণ। আই চি এম এ কম্পিউটাৰ ইডুকেচন ছেণ্টাৰৰ স্বতাধিকাৰী আছিল গফুৰ আলি। আক্ৰমণত পাঞ্জল মহন্ত আৰু ৰমেচ নাথ গুৰুতৰভাৱে আহত। আৰক্ষীয়ে এগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰে এই সংক্রান্তত।

সাংবাদিক আক্ৰমণৰ ঘটনাক সদৌ দৰং জিলা ছাত্ৰ সন্থাই গৰিহণা দিয়ে। লগতে ঘটনাৰ লগত জড়িত ব্যক্তিক কঠোৰ শাস্তি দিবলৈ বিভিন্ন ব্যক্তি দল-সংগঠনে দাবী জনাই।

Related Articles

Leave a Reply

Close