অসম

যোৰহাটত মৃতদেহ উদ্ধাৰ

প্ৰথম খবৰ, যোৰহাট: যোৰহাট জিলা উপায়ুক্তৰ বাসভৱনত কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ । জিলা উপায়ুক্তৰ গাড়ী চালক চম্পক শইকীয়াৰ মৃতদেহ উদ্ধাৰ হৈছে বাসভৱনত। যোৰহাট ন আলি কমলাবৰীয়াৰ বংশী শইকীয়াৰ পুত্ৰ চম্পকে আত্মহত্যা কৰাৰ সন্দেহ কৰা হৈছে। পত্নী , এটা পুত্ৰ আৰু এগৰাকী কন্যা সন্তান থকা চম্পক কিছুদিন ধৰি মানসিক অশান্তিত ভুগি আছিল।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close