অসম

যোৰহাট ন-আলিত নৱজাতক উদ্ধাৰ

প্ৰথম খবৰ, তিতাবৰ: যোৰহাটৰ ন আলিৰ ঢেকিয়াজুলিৰ মাজগাঁৱত জীৱিত অবস্থাত এটি সদ্যোজাত কন্যা সন্তান উদ্ধাৰ। এখন খেতি পথাৰৰ জেউৰাত এটা মোনাত ভৰাই ওলোমাই থৈছিল সন্তানটি। বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ICU চিকিৎসাধীন সন্তানটি।

Related Articles

Leave a Reply

Close