অসম

জোনাই আঞ্চলিক সমিতিৰ উপসভাপতিক অব্যাহতি

প্ৰথম খবৰ, জোনাই: অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ জোনাই আঞ্চলিক সমিতিৰ উপসভাপতি ৰাজীব কামান কুলিক বিত্তীয় খেলিমেলিৰ বাবে আজিৰ পৰা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ জোনাই আঞ্চলিক সমিতিৰ পৰা অব্যাহতি দিয়া হৈছে বুলি জোনাই আঞ্চলিকৰ সভাপতি জিতেন মিলি আৰু সম্পাদক মাধুৰ্য প্ৰতিম গগৈয়ে প্ৰথম খবৰ জনাইছে।

Related Articles

Leave a Reply

Close