অসমশীৰ্ষ

কৃষিমন্ত্ৰী অতুল বৰাৰ নিজ সমষ্টিৰ বান বিধস্ত অঞ্চল পৰিদৰ্শণ

প্ৰথম খবৰ, খুমটাই: শেহতীয়া বানত বৰ বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা বোকাখাত বিধানসভা সমষ্টিৰ মহুৰামুখ গোটুং গাঁওখন পৰিদৰ্শণ কৰে স্থানীয় বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাই।

কৃষিমন্ত্ৰীগৰাকীয়ে গেলাবিল নদী গৰাখহনীয়া পৰিদৰ্শণ কৰি স্থানীয় বানাক্ৰান্ত ৰাইজৰ সৈতে মত বিনিময় কৰা লগতে বানৰ ক্ষয়ক্ষতি বুজ লয়। দেৰিকৈ হ’লেও অঞ্চলটোৰ বান সমস্যা পৰিদৰ্শণ কৰা বাবে বানাক্ৰান্ত ৰাইজে আদৰণি জনাইছে মন্ত্ৰীগৰাকীক।

Related Articles

Leave a Reply

Close