অসমলাফিকুলশীৰ্ষ

লাফিকুল হত্যা: কলকাতাৰ পৰা আহিব স্কেছ আৰ্টিষ্ট

নিউজ ডেক্স, প্ৰথম খবৰ: এবিএমছুৰ নেতা লাফিকুল ইছলাম হত্যাকাণ্ডই তিনিদিনত ভৰি দিলে। কিন্তু তদন্তৰ অগ্ৰগতি এতিয়াও ত্বৰাণ্বিত হোৱা নাই। হত্যাকাৰীৰ সবিশেষ তথ্য লাভ কৰা নাই আৰক্ষীয়ে।

এনে পৰিস্থিতিত প্ৰত্যক্ষদৰ্শীৰ ভাষ্য সংগ্ৰহ কৰি হত্যাকাৰীৰ স্কেছ অংকণ কৰাৰ সিদ্ধান্ত লৈছে অসম আৰক্ষীয়ে। সেই অনুসৰি পশ্চিম বংগৰ পৰা স্কেছ আৰ্টিষ্ট অনাৰ ব্যৱস্থা কৰিছে অসম আৰক্ষীয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close