অসম

মাহমৰাত যোগান মন্ত্ৰী, মুখ্যমন্ত্ৰীৰ প্ৰতিমূৰ্ত্তী দাহ

প্ৰথম খবৰ, মাহমৰা: মাহমৰাৰ কাকতিবাৰী তিনিআলিত মূল্যবৃদ্ধিৰ প্ৰতিবাদত যোগান মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ প্ৰতিমূৰ্ত্তী দাহ। জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ আৰু বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ মাহমৰা আঞ্চলিক সমিতিৰ  উদ্যোগত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়  ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close