অসম

কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয় মুকলি

প্ৰথম খবৰ, সৰ্থেবাৰী: অসমৰ শিক্ষা জগতত নতুনকৈ সংযোজন হ’ল এখন বিশ্ববিদ্যালয়। আধ্যাত্মিক কৃষ্ণগুৰু প্ৰভুৰ মানস পুত্ৰ কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয় আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰে মুখ্যমন্ত্ৰী সৰ্ব্বানন্দ সোণোৱালে।

এই অনুষ্ঠানত শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইতিমধ্যে এই বিশ্ববিদ্যালয়ত নামভৰ্তিৰ প্ৰক্ৰিয়া চলি আছে বুলি জানিব পৰা গৈছে। এই বিশ্ববিদ্যালয়ত বি এড পাঠ্যক্ৰম সন্নিবিষ্ট কৰা হৈছে বুলি জানিব পৰা গৈছে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close