অসম

হাউলীত পথ দুৰ্ঘটনা

প্ৰথম খবৰ, বৰপেটাৰোড: বৰপেটা জিলাৰ হাউলীত দিনৰ এঘাৰ মান বজাত এক পথ দুৰ্ঘটনা সংঘটিত হৈছে। বৰপেটাৰোড অভিমুখে আহি থকা ভাৰতীয় সেনাৰ গাড়ীখন ৩১ নং ৰাষ্ট্রীয় ঘাইপথৰ হাউলীৰ বাইপাছত দুৰ্ঘটনাত পতিত হোৱাৰ ফলত এজন সেনাৰ লোক নিহত হোৱা বুলি জানিব পৰা গৈছে। অৱশ্যে কেনেকৈ দুৰ্ঘটনাটো সংঘটিত হ’বলৈ পালে তাৰ সৱিশেষ জানিব পৰা হোৱা নাই।

Related Articles

Leave a Reply

Close