অসমশীৰ্ষ

পশ্চিম ছিয়াঙত অগ্নিকাণ্ড

প্ৰথম খবৰ, চিলাপথাৰ: অৰুণাচল প্ৰদেশৰ পশ্চিম ছিয়াং জিলাৰ আলোত বিধ্বংসী অগ্নিকাণ্ড। টাদিন গাঁৱত নিশা ২.৩০ বজাত লগা  জুইত জাহ গ’ল ৪০টা বাসগৃহ। ৪ টা ভড়াল, ২০ ধানৰ মিল, ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ নিৰ্বাপন কৰে জুই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close