অসমশীৰ্ষ

বিশ্ব চেম্পিয়ন শ্বিপৰ পৰা নাম প্ৰত্যাহাৰ শিৱ থাপাৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: অসমৰ বক্সাৰ শিৱ থাপা ৰিঙত নমমাকৈয়ে নাম প্ৰত্যাহাৰ কৰিলে বিশ্ব চেম্পিয়ন শ্বিপৰ পৰা। জানিব পৰা মতে, শাৰীৰিক অসুস্থতাৰ বাবে এই প্ৰতিযোগিতাৰ পৰা প্ৰত্যাহাৰ কৰা হ’ল তেওঁক।

উল্লেখ্য যে, খাদ্য বিষক্ৰিয়া হৈ অতিপাত জ্বৰত ভুগিছে বুলি টুইটাৰ যোগে প্ৰকাশ কৰিছে শিৱ থাপাই। এইবাৰ বিশ্ব বক্সিং চেম্পিয়ন শ্বিপ অনুষ্ঠিত হৈছে হামবাৰ্গত। প্ৰথম ৰাউণ্ডতে বাই পাইছিল ২৪ বছৰীয়া এই খেলুৱৈগৰাকীয়ে।

 

Related Articles

Leave a Reply

Close